বেটুপাত

বেটুপাত

Saturday, 16 March 2019

ভেলেণ্টাইন ডে’ (ৰিম্পী গগৈ)



আজি ভেলেণ্টাইন ডে’
প্ৰেমিক-প্ৰেমিকা সকলৰ
অতিকৈ হেঁপাহৰ দিন ৷
আজি প্ৰেমিক-প্ৰেমিকাৰ হাতত
এপাহ তেজাল ৰঙা গোলাপ
নতুবা
এখন কাৰ্ড নাইবা
অন্য উপহাৰৰ টোপোলা ৷

আজি সকলোৱে প্ৰেম কৰিব পাৰে
তাত কোনেও নাহাঁহে
কাৰণ --
আজি যে প্ৰেমৰ মধুৰ দিন
ভেলেণ্টাইন ডে’ ৷

✍ ৰিম্পী গগৈ
       ৯১২৬১৯৩৮৬৭

No comments:

Post a Comment