বেটুপাত

বেটুপাত

Monday, 14 January 2019

এটি প্ৰেমৰ পদ্য ( অচিনাকি প্ৰেমিক চৰাই )


এটি প্ৰেমৰ পদ্য

মই তোমাৰ অচিনাকি প্ৰেমিক চৰাই
তোমাৰ মেলি থোৱা চুলিৰ সুবাসত
কবিতা লিখি ভালপাওঁ

তোমাৰ প্ৰতিটো খোজত,
তোমাৰ প্ৰতিটো হাঁহিত
মোৰ হৃদয় ফুলনিৰ 
প্ৰতিপাহি ফুলেই নাচি উঠে !

তুমিয়েই মোৰ এই উজাগৰী নিশাৰ
একো একোটা কবিতা যেন.....

অচিনাকি প্ৰেমিক চৰাই


No comments:

Post a Comment