বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

শূন্যতাৰ যন্ত্ৰণা ( অমূল্য মহন্ত )


' যে হেৰালে আজি ....
আজি বিদায়ী ক্ষণ
' যে পাৰ হৈ '
' আজি মৰমৰ যন্ত্ৰণা ।কিন্তু
শুকুলা মেঘৰ আকাশৰ 
তলিত তনমন কৰা মন
আৰু বেদনাৰ ক্লান্ত শৰীৰে 
যেন ভৰ সহিব আৰু নোৱাৰে
আজি অঘৰী আত্মাই বিচাৰি ফুৰে 
অকাৰণে,অবাটে,অদিশে....
আছেই নেকি? 'ৰবাত অকণমাণ জিৰণিৰ ঠাই !
আবেলিৰ ঘৰমুৱা চৰাইজাকক সুধিবৰে মন যায়,
দিনটোৰ ব্যস্ততাৰ কথা 
', কিয়, কেনেকৈ ..'!
ধন আৰু ৰাজনীতিত ব্যস্ত
মৰমৰ অপব্যৱহাৰ, বিদ্ধস্ত হৃদয়,
ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ ' আজি 
' মাথো শূণ্যতাৰ যন্ত্ৰণা ......




অমূল্য মহন্ত 
সাতপখলী 
দক্ষিণ কামৰূপ(অসম)

No comments:

Post a Comment