বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

সূৰ্য গ্ৰহণ ( হেমচন্দ্ৰ কছাৰী )


বৈ থকা উকা গামোচাখনত
পূৰ্ণ সূৰ্যগ্ৰহণৰ ফুল বাচি
গুচি ' ধুমুহাজাক
নক'লে ছাঁ কেতিয়া আঁতৰিব

পোহৰ আহিব
পোহৰ আহিব
ব্যৰ্থ অপেক্ষা
সূতাই সূতাই বিয়পি পৰিল
'লাখিনি
এতিয়া
শিপিনীৰ বুকুত থৰ থৰ কঁপনি..


হেমচন্দ্ৰ কছাৰী
জীয়াঢল,ধেমাজি

No comments:

Post a Comment