বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

দেউতা ( ৰূপজ্যোতি গগৈ )


আকাশৰ সীমাহীন উচ্চতাত
বাঁহীৰ সুৰ এটা হৈ বাজি আছে তেওঁ

মেৰিয়াই নজহা - নপমা বিষাদ

মোৰ ৰিক্ত দুহাত
তাতো অনুপম
তেওঁৰেই ব্যতিক্ৰমী প্ৰকাশ

জেঠৰ খৰে দহা পথাৰত
নামিব নেকি আজি বৰষুণ এজাক!!


ৰূপজ্যোতি গগৈ

বৰকাঠনি চাহ বাগিচা,গোলাঘাট

No comments:

Post a Comment