বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

আজি কথা ৰাখিম ( ৰাজেন দাস )


আজি কথা ৰাখিম
সিদিনা যে পাতত বান্ধি থৈছিলোঁ ছালত খৰিকা শুকুৱাদি ;

তই মোক মাতিলি
আকৌ মোৰেই বিঘিনি ঘটাই মোকে শিকাই জীৱনৰ ৰহস্য,

ডুখৰি-পীৰাৰ বুকুত পিতাই নাকান্দে 
আইও নাকান্দে পুৰণি কাপোৰ পিটা ডুখৰি কাঠ চটাত

কাৰণ আজি যে ডুখৰিৰ ৰাস্তাই ৰাস্তাই টেঁটুফাটে এবুকুলৈ...


ৰাজেন দাস

বেলগুৰি গাঁও,দেৰগাঁও
ফোন নং-৯১০১২২১৪৩৬

No comments:

Post a Comment