বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

নীৰৱতাত কি ফুল ফুলে ( জয়ন্ত দাস )


স্তব্ধতাই যেতিয়া বাট আগচি ধৰে
ৰঙীন ফুলৰ পাহি বাগিচাত শেঁতা পৰে
নুফুলে কঁহুৱা
নাথাকে সেউজীয়া গছৰ ডালত

মাথোঁ সৰি পৰে
এপাহি 
দুপাহি
দুচকুৰ 
শেৱালি

বুকুৰ সেউজীয়া এৰি


জয়ন্ত দাস
বাক্সা

No comments:

Post a Comment