বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

স্তৱক ( সত্যজিত চাচনি )


স্তৱক

আহিনৰ মুকুতাৰে সজাম মোৰ ছয় ফুটীয়া বিচনা
হাঁহিৰ ফুলেৰে পাৰি দিম সুগন্ধি দলিচা
তোমাৰ খোজৰ পৰশত লাজুকীয়া ওঁঠ কঁপিব
কবিতাৰ সন্ধিয়াই হাত বাউলি মাতিব মোক

সত্যজিত চাচনি
ঠিকনাঃচাচনী,নাহৰকটীয়া।
ডিব্ৰুগড়

No comments:

Post a Comment