বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

খুচুৰা ভাৱনা ( নিৰুপজ্যোতি বৰুৱা )


খুচুৰা ভাৱনা
        ()
চাকনৈয়াতো উমলে পোনা
মোৰ জীৱনহে কিবা দিনকণা
ডুবিছোঁ দুৰ্দশাৰ মদিৰাত
নিচাসক্ত ভৰিৰ পতা……
.              ()
আউলী বাউলী নৈপৰীয়া কঁহুৱা
বেঁকীত উচাহৰ ঢল
মোৰ বুকুতহে দেখোন খুন্দিয়ায়
বানৰ বলীয়া লহৰ
এই ভাঙো এই চিঙো
পুৰণীকলীয়া নৈ-গৰা……


নিৰুপজ্যোতি বৰুৱা
ঠিকনাঃসৰভোগ, বৰপেটা
[ভ্ৰাম্যভাষঃ৮৮৭৬০১৯৯৩৯]

No comments:

Post a Comment