বেটুপাত

বেটুপাত

Sunday, 26 August 2018

সূৰ্যাস্ত ( নৱজীৎ দেউৰী )


সূৰ্যৰ ৰাঙলী আভা
ঢকা যায় লাহে লাহে যেতিয়া
চহৰৰ গলিত প্ৰাণ পাই উঠে 
'লা প্ৰতিভা
লুটে কাৰোবাৰ ধন
কাঢ়ে কাৰোবাৰ প্ৰাণ 
তেতিয়া সকলো শান্ত থাকে 
শান্তিত থাকে চৌদিশ 


নৱজীৎ দেউৰী 
ফোন:- ৯৩৬৫২০২৯৬২ 
মৰিগাঁও (অসম)

No comments:

Post a Comment