বেটুপাত

বেটুপাত

Tuesday, 17 April 2018

হাইস্কুলীয়া প্ৰেম

কম্পাছৰ কাটাই বেঞ্চত লিখিছিলো কলিজাৰ কথা
কলিজাটোকে যেন
বেঞ্চত আঁকিছিলো
জীয়া জীয়া
আশা
জীয়া জীয়া
ভাষা
তোমাক ভালপোৱাৰ
কথা
হাইস্কুলৰ দিনৰ
প্ৰেমৰ কথা
 
চিৰঞ্জীৱ দত্ত

No comments:

Post a Comment