বেটুপাত

বেটুপাত

Saturday, 10 March 2018

অবুজ বেদনা ( কৌশিক ৰনজন্ বৰা )



:: ইমনে,বৰ ধুনীয়া নাচিলে দেই,সিদিনা।

:: ' আপুনি চাবলৈ গৈছিল মানে।জানো কি নাছিলে !

:: ' ' গৈছিলোতো। বুজিচা ৰুণুমী মই তাইৰ নাচটো ভি ডি ' কৰি আনিলো। মন 'লে এতিয়াও চাই থাকো। তুমি চাই থাকিবা তাই আৰু আগুৱাই যাব।

:: পিছে বাইদেউমই আকৌ অন্য কথা এটাহে ভাবিছো। তাই এতিয়া ছিক্স পালেগৈএ। আৰুনো কেইটা বছৰ আছে তাইক আৰু ননচুৱাও নেকি।দেউতাকৰ আকৌ তাইক ডাক্তৰ বনোৱাৰহে মন।

মাকহঁতৰ কথা বোৰ শুনি থকা ইমনৰ মনত ভাহি আহিল এক অনিশ্চিত ভবিষ্যতৰ ছবি।

কৌশিক ৰনজন্ বৰা
মাজুলী

No comments:

Post a Comment