বেটুপাত

বেটুপাত

Thursday, 22 February 2018

ডামিনী

নাম ললা ডামিনী কাণ্ড 
দেশ যোৰা এটি খৱৰ 
ন্যায় পালা 2013 চনতৰ ছেপ্টেম্বৰ মাহত 
ফাঁচি কাঠত ওলমিব চাৰি পাষণ্ড ।

তোমাৰ দুখত দোষী আমি সকলো
সেয়েহে বন্তি জ্বলাই কৰিছো প্ৰতিবাদ 
তুমি যাতে পোৱা ন্যায় ।

ন্যায় পালা 2013 চনৰ ছেপ্টেম্বৰ মাহত 
সেই চাৰি নৰপিশাচ ওলমিব ফাঁচি কাঠত
এই ন্যায় শুনি 
এতিয়া হ'বাতো তুমি সুখী ।

তোমাৰ এই ন্যায়াত ধৰ্ষণ শব্দটো 
হ'ব জানো নোহোৱা 
তোমাৰ দৰে ন্যায় পাব লাগিছিল 
সেই সকলোবোৰ  ডামিনী কাণ্ড ।

তোমাৰ এই ন্যায়ত ধৰ্ষণ শব্দটো 
জিলিকিব ধৰিছে সদায়
নিতৌ যটিব ধৰিছে ধৰ্ষণৰ ঘটনা 
অসম, ভাৰত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা 
হত্যা ধৰ্ষণ কৰা লোকক দিব লাগে ফাঁচী 
তেতিয়া হয়তো কমিব হত্যা ধৰ্ষণৰ ঘটনা ।

আকৌ জানো জন্ম লোৱা তুমি 
সেই আগৰ ডামিনী ৰূপে 
অকালতে মৰহি যোৱা গোলাপ গছ জুপি 
আকৌ যেন হৈ অহা লহ পহ কৰি 
তুমি ডামিনী তুমি ডামিনী
 দিপাংকৰ ডেকা

No comments:

Post a Comment