বেটুপাত

বেটুপাত

Saturday, 13 January 2018

প্ৰতিদান

মোৰ ভালপোৱাৰ প্ৰতিদান হিচাপে
তুমি দি 'লা এসাগৰ বেদনা,
আৰু দি 'লা অভিমানী চকুলো।
নিসংগতাৰ সুযোগ লৈ,
অতীতৰ স্মৃতিয়ে মোক বৰ কষ্ট দিয়ে
তেতিয়াই মোৰ সংগ দিয়ে জানা ,
তুমি দিয়া জোৱা অভিমানী চকুলোয়ে
আৰু মনক শান্তনা দিয়ে,
"বিধিৰ বিধান নহয় খন্দন" বুলি
আকৌ আহিবা জানো তুমি ?
মোৰ দুখৰ সমভাগী 'বলৈ


উদয় আদিত্য বৰুৱা
ঠিকনা: গহপুৰ

No comments:

Post a Comment