বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

সপোন কোঁৱৰী

সুললিত কন্ঠত
যিপাল তেজচময় হৃদয় ,
অংকৃত তোমাৰ ছবি
এই উকা হিয়া গৰ্ভত !
দৃষ্টি নয়ণ
তোমাৰ ৰূপত ,
মুগ্ধ মোৰ মন !
কলিজা লুনীয়া তেজেৰে
বোৱাইছে ধল ,
দিয়া নিমখীয়া
মিলি যাওঁক
এই প্ৰেম সাগৰত !
বেদনা বিষাদ
অলেখ কল্পনা স্নেহ ,
জীৱনৰ স্মৃতি
মধুৰ প্ৰাধুৰ্য্যতাত ,
যন্ত্র মানৱৰ প্ৰেম !!
দুটি মন
একত্রিত কৰি
সমৃদ্ধ কৰিব খোজো ,
অবিচিন্ন শিকলিয়ে !
নিবিড়ৰতাত
বিচক্ষন মই ,
কেতিয়া পাম মোৰ
সপোন কোঁৱৰীক ,
সূৰ্য্য
অষ্টমী |




সুনিল গগৈ
যোৰহাট 

No comments:

Post a Comment