বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

বাছৰ যাত্ৰী

যাত্ৰা আমাৰ সদায় থাকে ৷ জীৱনটো এক অবিৰত যাত্ৰা ৷ জীৱন থাকে মানেটো চলিয়ে থাকিব ৷ অ'ত ত'ত কেতিয়াবা বিভিন্ন মানুহ লগ পাই যাওঁ ৷ তাৰে কিছুমান হৈ পৰে চিৰস্থায়ী আৰু কিছুমান ক্ষন্তেকীয়া ৷ নানা জনৰ পৰা নানা কথা ৷ এইবোৰ এক অভিজ্ঞতাই হৈ পৰিছে আৰু ইয়াৰ পৰা শিকিব লগীয়া বহুখিনিয়ে পাইছো বুলি ভাবো ৷
"দাদা তেজপুৰ যাব ..? "
আচিনাকি মাত এটা আহি আহি কাষ পায়হি ৷
"- ইয়াত কোনোবা আছে নেকি..?
- নাই, নাই বহিব পাৰিব ৷
- আটচ্চা ঠেংক ইউ"
কিছু সময় নিৰৱতা এটা হুৰ হুৰ শব্দৰ মাজেৰে গাড়ীখন আগুৱাই যাব ৷ সেউজীয়া গছবোৰে হাঁহি হাঁহি পিছলৈ গতি কৰিব ৷


সংঘমিত্ৰা খনিকৰ

লখিমপুৰ

No comments:

Post a Comment