বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

এটি নিয়ৰকণা

আস্তীৰ্ণ দুৱৰিৰ
ঠৰঙা আগলিত,
নিষ্কলুষ হাঁহি সানি
নিয়ৰকণাৰ আগমণ।

বৰ্ণান্ধ-দৃষ্টিত বন্দীৰত
লগ্নশুদ্ধিৰ তেজাল
পুণ্যপ্ৰভা..!!

✒পিকি পাৰবীন
পুঠিমাৰী মহাবিদ্যালয়, সোণেশ্বৰ
৮৪০৩৮৮৮৪৯৮

No comments:

Post a Comment