বেটুপাত

বেটুপাত

Saturday, 14 October 2017

প্ৰেম আৰু তুমি

স্বপ্ননীল আকাশৰ তুমি মোৰ জোনবাই,

মোৰ ক্লান্ত হিয়াত স্হান 'লাহি তুমি,

পাৰিম জানো তোমাক হেৰুৱাৰ বেদনা সহিব ??

তোমাৰ কন্ঠতেই পাওঁ মই জীৱনৰ গান বিচাৰি,

তুমিহীনতা নিশাৰ নিৰৱ বতাহজাকে

সোঁৱৰাই দিয়ে তোমাৰ স্মৃতি

মোৰ মন সাগৰত ৰাখিছো  মই

তোমাৰ বাবে এধানি মৰম....

পাৰিম জানো প্ৰকাশ কৰিব??

তোমাৰ আগমনত নিমিলা '

জীৱনৰ অংক !!

থিতাতে দিলো মই মন প্ৰাণ ঢালি,

আৰু অাজি ককবকাইছো

জীৱন যন্ত্রণাত.......!!


দিপশিখা বৰুৱা

গুৱাহাটী 

No comments:

Post a Comment