বেটুপাত

বেটুপাত

Sunday, 15 October 2017

অন্য এক পৃথিৱীৰ সন্ধানত




শুনাছোন ,

কিমাননো আৰু এনেকৈ থাকিবা

'লানা 'ৰবালৈ যাও

' আমাৰ সপোনৰ কলি বোৰে

পাহি মেলিব পাৰে ,

' আশাবোৰ পানীৰ টোপাল হৈ

সপোনৰ ফুলবোৰক জীপাল কৰি ৰাখে।

যাবা নে তাত,

' মৰমে আমাৰ চাৰিওফাল

সুগন্ধিময় কৰি ৰাখে ,

এনে এখন স্বৰ্গত

' দুখ নামৰ ধুমুহাজাকৰ

কোনো স্থান নাই

' প্ৰতিটো পুৱা সুখৰ হেঙুলিয়া পোহৰৰ সৈতে

নতুন এটা দিন উদয় হয় ,

আৰু অস্ত যায়

হাঁহিৰ চৰাইজাকৰ খিলখিল শব্দৰ লগত ,

যাবানে তুমি ?


ভাৰ্জিনা দাস
মাটিয়া
 গোৱালপাৰা

No comments:

Post a Comment