বেটুপাত

বেটুপাত

Sunday, 15 October 2017

শ্বহীদ



ৰৈ আছো মই,বুকু ফিন্দাই
আই অসমীৰ বাবে,
আপোনজনক এৰি থৈ আহি
ৰৈ আছো মই আইৰ সুৰুক্ষাৰ বাবে,
দিন-ৰাতি এক কৰি
উজাগৰে টোপনি খতি কৰি
ৰৈ আছো আই মাতাৰ বাবে,
দেশৰ মাটিৰ বাবে,থিয় দিছো মই
আৰু
মোৰ লগত থিয় দিছে লাখজন চিপাহী
কেৱল দেশৰ সুৰুক্ষাৰ বাবে,
নাজানো কোনটো গুলিত
লিখা আছে মোৰ নাম
কোনফালৰ পৰা আহি কোনটো গুলিয়ে
মহিয়াই নিব মোৰ প্ৰান-বায়ু,
তথাপিও আছো ৰৈ
ভাৰতবৰ্ষৰ প্রতিজন নাগৰিকৰ বাবে
কাৰন এদিন হয়টো মোকো
' কোনোৱাই,
"শ্বহীদ প্রনামো তোমাক"

ধৃতজিৎ কলিতা

পাঠশালা(বাঘমাৰা)

No comments:

Post a Comment