বেটুপাত

বেটুপাত

Saturday, 14 October 2017

নিশিপুষ্পা

নিশিপুষ্পা !

তুমি দুখৰ প্ৰতীক

তোমাৰ সুগন্ধি পাই

ফিনিক্স পখীৰ দৰে

মই পুনঃ উঠো জীয়াই


লেনিন কামান
মাজুলী

No comments:

Post a Comment