বেটুপাত

বেটুপাত

Sunday, 15 October 2017

ভালপোৱা

দুই আঙুলিৰ নখৰ চেপাত

কেঁঞাবনৰ টোপালবোৰ যেন

তোমাৰ ভালপোৱা

মিনা কৰা মাত



ৰতন বড়া

কাকপথাৰ


No comments:

Post a Comment