বেটুপাত

বেটুপাত

Sunday, 24 September 2017

সেউজীয়া ৰঙৰ চিঠিখন


সেউজীয়া আখৰেৰে তেতিয়াইলিখিছিলো এখনি চিঠিদিওঁ দিওঁ বুলিও দিব পৰা নাইআজিও....
 আখৰ বেয়া বুলি নহয়চিঠি কেনেকৈ লিখে
নাজানো বাবেহে...
যেতিয়াই সেউজীয়া ৰঙৰকলম ওলাইছিলঠিক তেতিয়াই তোমালৈবুলি লিখিছিলো প্ৰেমৰপ্ৰথমখন চিঠি,
প্ৰেমৰ আলাপবোৰ কলিতেআছিল.....
তোমাৰ স্নিগ্ধ অাবেশতবিভোৰ হৈ জনা-নজনা কৈআৰম্ব কৰিছিলো জীৱনৰ পাতনি ....
 ভুল নুবুজিবা আজিও
দিয়া নহ' সেউজীয়াআখৰৰ প্ৰথম চিঠিখনি....
             

 চন্দন কুমাৰ নাথ

 বাংগালোৰ, কৰ্ণাটক ৯৭৩৮৪২৬১৫

  

No comments:

Post a Comment