বেটুপাত

বেটুপাত

Sunday, 24 September 2017

অস্তিত্ব ‬

না তোৰ না মোৰ 
কিয়!বাৰু সীমা লৈ
কাজিয়া কৰ 
তইয়ো মাটি মইও মাটি 
শেষত গৈ সকলো মাটি 
কাৰোবাৰ নৈৰ ঘাটত 
কাৰোবাক বাৰীৰ পাছত  


মইনুল হক 

No comments:

Post a Comment