বেটুপাত

বেটুপাত

Sunday, 24 September 2017

শৰৎ

উৰুঙা পাতৰ সুৰুঙাৰে 
জোনটো গলি সৰিছিল
চোতালৰ দুৱৰিত
হৈমন্তিক বিষাদত
ফুল পাতৰ চকু সেমেকা
পুৱালৈ তুলসী পাতত
ওলমি '
নিয়ৰ নে মুকুতা !


নিৰু দত্ত গগৈসৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , সৰুপথাৰ



No comments:

Post a Comment