বেটুপাত

বেটুপাত

Sunday, 24 September 2017

পুৱা

(এক)

তুমি বেজাৰত দিপ্তীমান হোৱা 
এধানিমান জোনাকী লহৰ
স্বপ্নাতুৰ কৰে 
প্ৰতিটো আশা
তুমি অহা বাটলৈ 
ঘূৰি ঘূৰি উভতে মন
ব্যাকুলতাই 
কতো ঠিকনা নাপায়
   (দুই)
পুৱা এনেকৈয়ে আহে
আৰু যায়
মনৰ ওখল মাখল ছাঁত
বেজাৰে নুবুজে 
জোনে আউশীত জিৰাই
সপোন যে নাহে দুনাই !

 
ৰীতা ৰাণী মালী 




No comments:

Post a Comment