বেটুপাত

বেটুপাত

Sunday, 24 September 2017

ঈস্পৃত

সৌ
নোদোকা মেঘৰ আঁৰৰ 
বহু কথাই প্ৰশ্নবোধক(?)

কেৱল ,
মোক লাগে নুফুলা ফুলপাহ,
খোজ কাঢ়ি পাৰ ' নোৱাৰা দলংখন,
অন্তহীন বাৰ্তালাপ,
অলিয়ে গলিয়ে দুয়োটাৰে ছাঁটো,
মাটিৰ কেচাঁ গোন্ধটো আৰু ........
মাছবোৰৰ দৰেই মৈথুন.. কোনেওঁ নেদেখাকৈ....

মোক বৰষুণক দিয়া মই
তোমাক গোমা মেঘ এচপৰা দিম

পিছৰ জাক বৰষুণৰ  বাবে..!

গীত




No comments:

Post a Comment