বেটুপাত

বেটুপাত

Sunday, 24 September 2017

কবিজন আৰু নাই

সেই জৰাজীৰ্ণ কোঠালীটোত এজন কবি আছিল। প্ৰতিষ্ঠিত কবি। শুনা কথা……বহুত মুখে মুখে। কি সুন্দৰ তেওঁৰ শব্দৰ ভড়াঁল……কি সুন্দৰ তেওঁৰ অনুভৱৰ পথাৰ।সেউজীয়া……

মনটো বুজাব নোৱাৰি এদিন সোমায় গৈছিলো কোঠালীটোলৈ।বৰ জয়াল……।চুকত পৰি থকা আলমাৰিটোত চকু পৰিল আৰু ইখন সিখন কিতাপ লুটিযাই ফুৰতে বিচাৰি পায়ছিলো কবিজনৰ এখন চুইচাইদ নোট।


প্ৰাঞ্জল ৰাজখোৱা
গোলাঘাট

No comments:

Post a Comment