বেটুপাত

বেটুপাত

Sunday, 24 September 2017

আলু ৬৫

আলু ৬৫

চিকেন ৬৫ৰ নিৰামিষ ভাৰজন হৈছে আলু ৬৫। এটি অতিকে সহজ ৰেচেপি। starter হিচাপে
বা এনেয়েও পৰিবেশন কৰিব পাৰে


উপকৰণ:

আলু টা ডাঙৰ ,
চামুচ মাকৈ আটা (corn flour),
চামুচ ময়দা,
/ কাপ দৈ,
/ চামুচ জিৰা,
\ চামুচ ধনীয়া,
/ চামুচ গৰম মছলা,
/ চামুচ ৰঙা জলকীয়াৰ গুৰি,
- খিলা নৰসিংহৰ পাত,
তেল
অৰু
নিমখ প্ৰয়োজন অনুসৰি
প্ৰণালী:

আলু আধা সিজাই লব। বাকলি গুচাই সমান আকাৰে কাটি লব।

এটিয়া এটা বাতিত দৈ ফেতি লব। এটিয়া ময়দা আৰু অন্যান্য মছলা, নিমখ মিহলাই লব। নৰসিংহ পাত মিহিকৈ কুটি তাত মিলাব। অলপ পানী দি ভালদৰে মিহলাই লব।

এতিয়া কেৰাহিত তেল গৰম কৰিব। আলু  দৈৰ মিশ্ৰনত লেতিয়াই ৰঙাকৈ ভাজিব।

গৰমে বিলাহীৰ চচ বা পদিনা চাটনিৰ লগত পৰিবেশন কৰিব।



ৰুমী মহন্ত দত্ত

No comments:

Post a Comment