বেটুপাত

বেটুপাত

Monday, 14 August 2017

তোমাৰ প্ৰেমত হাৰি গলে


তোমাৰ প্ৰেমত হাৰি গলে
দুচকুৱে বৈ আহে
টুপ টুপ নিয়ৰৰ টুপাল।
তেতিয়া
উকা উদং যৌৱনে
সৰাপাতৰ বুকুত
লিখি থৈ যায়
উজাগৰি ৰাতিৰ কবিতা॥


ৰাতুল গগৈ,ধেমাজী


No comments:

Post a Comment