বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

ভালপোৱা

 
     
             "ভালপোৱা".....ইয়াৰ সংজ্ঞা বুজি উঠিছো।
সৰুতে শুনিছিলো ভালপোৱাই বোলে বুকুত বিষ ঢালে
    আৰু সেই বিষত ক্লান্ত হৈ
 মৰাশ হৈ পৰে প্ৰেমিক প্ৰেমিকা।।
 
সেই বিষত আজি মই বাৰুকৈয়ে আক্ৰান্ত
 সমস্ত শৰীৰত আজি সেই বিষৰ জ্বালা।।
 
পৰিস্মীতা গগৈ
 

No comments:

Post a Comment