বেটুপাত

বেটুপাত

Monday, 14 August 2017

প্ৰতিভা


 সৌৱা পাহাৰ খনক
 চিঞৰি সুধিলো
তুমি জানানে মই কোন ?
পাহাৰেও প্রতিফলিত হৈ  উত্তৰ দিলে
তুমি জানানে
মই কোন ??

সিদিনাৰ পৰাই বুজিলোঁ 
কোনেও নিজকে চিনি নাপায়॥
                        
মইনুল হক


No comments:

Post a Comment