বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

সপোন

         

তাই ভাল পাইছিল সপোন সপোন খেলি।
তাইৰ হাতত হাত ঠৈ ময়ো খেলিছিলো.....
সপোন  সপোন...!
খহি পৰিছিল বালিঘৰবোৰ,
তাই হাহিঁছিল।
মোৰ আকাশৰ আউঁশী ৰাতিত  তাইৰ ঘৰৰ চোতালত
জোনাক নামিছিল।
মোৰ পৰা বহুযোজন আঁতৰত,
তাইৰ সপোনত।


             শ্ৰী পাৰ্শ্বজ্যোতি বৰুৱা
    নতুন দিল্লী
     9859159153
     9911259610

No comments:

Post a Comment