বেটুপাত

বেটুপাত

Thursday, 13 July 2017

সপোনৰ পজাঁঘৰ ভাঙি

                                                                                               সুবাস  জুলাই ,২০১৭



নীলিম আকাশৰ নীলাখিনিৰ দৰে
 পবিত্ৰ আছিল মোৰ 
 ভালপোৱা।
সাগৰৰ দৰে পবিত্ৰ আছিল 
মোৰ প্ৰেম।।
মোৰ ভালপোৱাত নাছিল
কোনো কৃত্ৰিমতা।
আছিল মাথো এক 
বাস্তৱিকতাৰ আভাস।।
কিন্ত আতৰি গুচি গলা তুমি
বহু দূৰলৈ।
আঘাত সানি মোৰ 
হৃদয়ৰ বিশ্বাসত।।
থানবান কৰিলা তুমি 
মোৰ অযুত আশাৰে সজোৱা 
সপোনৰ পজাঁঘৰ।
এবাৰো ঘূৰি নাচালা
যাবৰ পৰত
ৰৈ আছিলো মই তুমি যোৱাৰ বাটত।।
উভতি আহিবা বুলি।।।
     
 
দ্বীপজ্যোতি নাথ