বেটুপাত

বেটুপাত

Thursday, 13 July 2017

অভিমানী প্ৰেয়সী

                                                                                          সুবাস  জুলাই ,২০১৭
শুনানা, মেজিৰ বাবে অলপ ব্যস্ত থাকিম, সেইবুলি খঙতে অফ কৰি টোপনি নামাৰিবা
আৰু কি কৰিম ?
গান বজাই নাছি থাকিবা, ৱাছিং পাউদাৰ নিৰ্মা
তোমাৰ মূৰতো
ডিঙিৰ লগত ফিক্স
লেকছাৰ্ বন্ধ কৰা, মেজিলৈ কিয় নামাতিলা মোক ?
তুমি আহিলে মেজি খহি পৰিব
কি ? এনেকৈহে লা ?
’ !
কিন্তু কিয়, মই কি ধুমুহা নেকি যে মই লেই মেজি খহিব ?
ওহো, মোৰ সেইতো মতলব নাছিল
কি মতলব আছিল তেন্ত ?
দুবছৰৰ আগত যে কাৰোবাক খহাই দিলা খবৰ আছে তোমাৰ ?
কাক খহালো ? কি বকিছা একদম খঙ উঠাই নলবা
সেইয়া, তোমালোক ছোৱালীবোৰৰ এটাই প্ৰৱলেম
কি প্ৰৱলেম হা ?
নাকৰ আগতে কিয় খঙটো পুহি ৰাখা ? মূৰ্গী দুটামান পুহিবাছোন, বিহুৱে সংক্ৰান্তীয়ে        দুটকামান পইছাকে পাবা অন্তঃত
এই তুমি অলপ বেছি কিয় কৰা? কথা নি জইন কৰিছা ?
কামেই এনেকুৱা ইঞ্জিনীয়াৰৰ
যোৱা কথা নাপাতো
, স্পেচিয়েলি কাৰোবাৰ কথা ভাৱি আছা ছাগে আজি ?
এই………!
হাঃহাঃহাঃ, কে কে, ৰী ধেমালি কৰিছো কিয় খঙ কৰা ?
গোটেই দিন ব্যস্ত আছা আৰু এতিয়া কৰি ধেমালি ?
তোমাৰ বাবেই ব্যস্ত আছো, মেজিটো খহি নপৰাৰ বাবে
মানে ?
আবেলি আনিব যাম তোমাক কিন্তু এটা চৰ্তত
হা ?? কি চৰ্তত ?
মেখেলা চাদৰত আহিবানে ?
মতলব বেলেগ নেকি ?
ধেইৎ পাগলী কোৱা, পাৰিবানে ?
পাৰিম
ঠিক আছে, ওলাই থাকিবা, মই এতিয়া অলপ কাম কৰো, দেউতাও তাতেই আছে, ঘৰৰ কাম অলপ আছে কৰি লওঁ পিছত কথা পাতিম
ওমম্ ঠিক আছে, ৰাখা বাই
ওহোঁ
হিঃহি , লাভ্ ইউ, ৰাখা
আই লাভ্ ইউ টু, বাই
বাই……!



ময়ুৰী বৰুৱা